অসম

ঘোষণা হ’ল ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ দিন, এইবাৰ নতুন পদ্ধতিৰে হ’ব পৰীক্ষা

ঘোষণা হ’ল ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ দিন।

৩ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ অনুস্থিত হ’ব ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষা।

নতুন শিক্ষা নীতিৰে অনুস্থিত হ’ব এইবাৰৰ মেট্ৰিক পৰীক্ষা।

এইবাৰ ৪টা বিষয়ত থাকিব ৫০টাকৈ ১ নম্বৰৰ প্ৰশ্ন।

photo 2022 12 08 12 30 05

গণিত,ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানত থাকিব অবজেক্টিভ প্ৰশ্ন।

৯১২টা কেন্দ্ৰত হ’ব অনুষ্ঠিত হ’ব ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষা।

এই কথা ঘোষণা কৰিলে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে।