ঘোচ লওঁতেই হাতে লোটে গ্ৰেপ্তাৰ হ’ল লাট মণ্ডল মদন নাথ…

পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল এগৰাকী লাট মণ্ডল।

নগৰবেৰাত চিএম ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত

উৎকোচ লওঁতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে লাট মণ্ডল মদন নাথ।

হাতে লোটে ধৰা পৰে ঘোচখোৰ লাট মণ্ডলক মদন নাথ।

নগৰবেৰা ৰাজহ চক্ৰৰ লাট মণ্ডল মদন কুমাৰ নাথক।

দীৰ্ঘদিনৰে পৰা লাট মণ্ডল গৰাকীৰ বিৰুদ্ধে উত্থাপন হৈ আহিছিল দুৰ্নীতিৰ অভিযোগ।