BDFৰ মুৰব্বী প্ৰদীপ দত্ত ৰয়ক আৰক্ষীৰ তলৱ।
কাছাৰৰ SP কাৰ্যালয়ত প্ৰায় ৩ ঘণ্টা জেৰা চলোৱা হয় BDF নেতাগৰাকীক।
বৰাকত অসমীয়া ভাষাৰ বেনাৰ আঁতৰোৱা কাণ্ডক লৈ BDFৰ মুৰব্বী প্রদীপ দত্ত ৰয়ক আৰক্ষীৰ তলব।
শীঘ্রেই গ্রেপ্তাৰৰ সম্ভাৱনা প্রদীপ দত্ত ৰয়ক।
কাছাৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৰয়ক ৩ ঘণ্টা জেৰা চলোৱা হৈছে ৰয়ক।
ৰয়ে অসমীয়া পোষ্টাৰ আঁতৰোৱাক লৈ প্রশাসনক দিছিল হুংকাৰ।
ৰয়ৰ এই হুংকাৰৰ পাছতে আতৰাই দিয়া হৈছিল পোষ্টাৰ।
ইয়াৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।
এই বিষয়ৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰিছিল।
সদৌ অসম ছাত্ৰ সন্থাইও ৰয়ৰ গ্ৰেপ্তাৰৰ দাবীৰে ৰূপায়ন কৰিছিল প্ৰতিবাদী কাৰ্যসূচী।
লগতে চাওকঃ









