অসম

গুৱাহাটী বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ অভিযান…

গুৱাহাটী বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ অভিযান।

APDCLৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰাত বিসংগতিৰ অভিযোগ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাক দিয়া হৈছিল অভিযোগ।

অভিযোগৰ তদন্তৰ বাবেই গুৱাহাটী বিশ্ববিদ্যালয়ত বুধবাৰে অভিযান চলাই মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই।

অভিযানকাৰী দলটোৱে পৰীক্ষাৰ দায়িত্বত থকা বোৰ্ডৰ প্ৰতিগৰাকী সদস্যক সোধা পোছা কৰে।

অভিযানকাৰী দলটোৱে বিশ্ববিদ্যালয়খনৰ প্ৰশাসনীয় ভৱনতো অভিযান চলাই।

Leave a Reply

Your email address will not be published. Required fields are marked *