গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাক মৰিগাঁৱৰ উপায়ুক্তৰূপে বদলি, GMCৰ নতুন আয়ুক্ত…

গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাক বদলি।

মৰিগাঁৱৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে দেৱাশিস শৰ্মাক।

photo 2022 08 09 13 27 10
গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাক মৰিগাঁৱৰ উপায়ুক্তৰূপে বদলি, GMCৰ নতুন আয়ুক্ত... 2

আনহাতে গুৱাহাটী পৌৰ নিগমৰ নতুন আয়ুক্ত হ’ব শিৱসাগৰৰ উপায়ুক্ত মেঘ নিধি দাহাল।

ইপিনে আদিত্য বিক্ৰম যাদৱ হ’ব শিৱসাগৰ জিলাৰ নতুন উপায়ুক্ত।

উল্লেখ্য যে, কিছুদিন পূৰ্বে অসম লোকসেৱা (APS)ৰ পৰা দেৱাশিস শৰ্মাক ভাৰতীয় লোক সেৱা (IAS) বিষয়ালৈ পদোন্নতি দিয়া হৈছে