অসমঅসমীয়া

গুৱাহাটীত NCB ৰ অভিযানত জব্দ ৩,৮৩৬ কিলােগ্ৰাম গাঞ্জা কঢ়িওৱা দুখন ট্ৰাক

নিউজ ডেস্ক। অসম আৰক্ষী নহয়, এইবাৰ কেন্দ্ৰীয় নাৰ্ক’টিক ব্যুৰ’ৰ অভিযান গুৱাহাটী মহানগৰীত।

এই অভিযানত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা কঢ়িওৱা দুখনকৈ কন্টেইনাৰ ট্ৰাক।

FIzw3-HWVEAMTe-X0

নাৰ্ক’টিক ব্যুৰ’ৰ প্ৰকাশ কৰা তথ্য অনুসৰি, ত্ৰিপুৰাৰ পৰা গুৱাহাটী হৈ বিহাৰ অভিমুখে যাত্ৰা কৰাৰ সময়তে গুৱাহাটীত জব্দ কৰা হৈছে ট্ৰাক দুখন।

দুয়ােখন ট্ৰাকৰ পৰা মুঠ ৩৮৩৬ কিালে গাঞ্জা জব্দ কৰা হৈছে। জব্দকৃৎ গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় দুই কােটি টকা।

FIzw3-Wn-UYAA-Wxv

ঘটনা সংক্ৰান্তত ৩ জন লােকক আটক কৰা হৈছে।

এনচিবিয়ে প্ৰকাশ কৰা অনুসৰি, একেলগে ইমান বৃহৎ পৰিমাণৰ গাঞ্জা পূৰ্বতে জব্দ কৰা হােৱা নাছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *