গুৱাহাটী

গুৱাহাটীত সুৰা বিক্ৰীৰ অভিলেখ! হোলীৰ দুটা দিনত ৪ কোটি ৭০ লাখ টকাৰ সুৰা বিক্ৰী…

সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন কৰা হ’ল ৰঙল উৎসৱ হোলী।

সত্ৰনগৰী বৰপেটাৰ লগতে ফাকুৱাৰ ৰঙেৰে ৰঙীন হ’ল গুৱাহাটী মহানগৰীৰ আকশ-বতাহ।

১৮ আৰু ১৯ মাৰ্চত আনন্দ উল্লাসেৰে ৰাজ্যবাসীয়ে উদযাপন কৰিলে হোলী।

307

হোলীৰ এই দুটা দিনত অভিলেখ গঢ়িলে গুৱাহাটী মহানগৰীয়ে।

হোলীৰ দুটা দিনত সুৰা বিক্ৰীৰে গুৱাহাটীয়ে গঢ়িলে অভিলেখ।

বিগত দুটা দিনত গুৱাহাটীত বিক্ৰী হ’ল হ’ল ৪ কোটি ৭০ লাখ টকাৰ সুৰা।

এইবাৰ হোলীত ড্ৰাই দে’ উঠাই দিয়াত সুৰা বিক্ৰী হয় প্ৰায় ৪ কোটি ৭০ লাখ টকা।

তথ্য অনুসৰি, ৰাজ্যত দুটা দিনতে ১০ কোটিৰো অধিক সুৰা বিক্ৰী।

লগতে চাওকঃ

নিৰীহৰ লগত অত্যন্ত মৰমীয়াল হ’ব লাগিব অসম আৰক্ষীঃ মুখ্যমন্ত্ৰী

G7 9

Leave a Reply

Your email address will not be published. Required fields are marked *