অসম

গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ জামিন মঞ্জুৰ…

জামিন লাভ কৰিছে গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীয়ে।

বৰপেটাৰ কাৰাগাৰ পৰা জামিন লাভ বিধায়ক জিগনেশ মেৱানীৰ।

বৰপেটা সত্ৰ ন্যায়াধীশে বিধায়ক মেৱানীৰ জামিন মঞ্জুৰ কৰিলে।

মহিলা আৰক্ষীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত দ্বিতীয়বাৰৰ বাবে অসমত গ্ৰেপ্তাৰ হৈছিল জিগনেশ মেৱানী।

প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে কৰা এক বিতৰ্কিত টুইটৰ বাবে মেৱানীক গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে।

১৯ এপ্ৰিল তাৰিখে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গুজৰাটৰ নেতাগৰাকীক।

Leave a Reply

Your email address will not be published. Required fields are marked *