কৰ্তব্যত গাফিলতিৰ অভিযোগত চিকিৎসক সহ ৯ স্বাস্থ্য কৰ্মীক নিলম্বন…

কৰ্তব্যত গাফিলতিৰ অভিযোগত চিকিৎসক সহ স্বাস্থ্য কৰ্মীক নিলম্বন।

ডিমা হাচাওত চিকিৎসকসহ ৯ স্বাস্থ্যকৰ্মীক নিলম্বন।

কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বিত ডাঃ জেচি নিয়ানথিয়ানজ।

লগতে নিলম্বন কৰা হৈছে ফাৰ্মাচিষ্টসহ আন ৮ জনক স্বাস্থ্যকৰ্মীক।

বন্ধ কৰি দিয়া হৈছে খেপ্রা স্বাস্থ্য কেন্দ্র।

গৰ্ভৱতী মহিলাক চিকিৎসা প্রদানত বিসংগতিৰ গুৰুতৰ অভিযোগ।

ইয়াৰ পিছতে কঠোৰ হয় স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক।