অসম

কৰ’ণাত আক্ৰান্ত বিধায়ক ৰূপেশ গোৱালা…

ৰাজ্যত প্ৰতিদিনে ভয়াৱহভাৱে বৃদ্ধি হৈ আহিছে ক’ভিডৰ সংক্ৰমণ।

কৰ’ণাত আক্ৰান্ত বিধায়ক ৰূপেশ গোৱালা।

ডুমডুমা বিধান সভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা ক’ভিডত আক্ৰান্ত।

মঙলবাৰে কৰা RAT ত বিধায়কৰ গাত ধৰা পৰিল ক’ভিডৰ অৱস্থিতি।

বৰ্তমান বিধায়ক গৰাকীক হোম আইচোলেচনত থকাৰ পৰামৰ্শ চিকিৎসকৰ ।

স্বাস্থ্য সুস্থিৰ বুলি সদৰি কৰিছে চিকিৎসকে।

উল্লেখ্য যে, দুদিন পূৰ্বে ক’ভিডত আক্ৰান্ত হৈছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *