অসম

কৃত্ৰিম বানৰ ফলত মহানগৰীত অঘটন, বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু…

কৃত্ৰিম বানৰ ফলত মহানগৰীত অঘটন।

বিদ্যুত্‍স্পৃষ্ট হৈ এগৰাকী বয়োজ্যেষ্ঠ মহিলাৰ কৰুণ মৃত্যু।

মহানগৰীৰ পাণ্ডু কেবিনত সংঘটিত হৈছে এই অঘটন।

প্ৰথমে বিদ্যুৎপৃষ্টহৈ আহত হোৱা মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।

সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা মহিলাগৰাকীৰ মৃত্যু হয়।

বিদ্যুৎস্পৃষ্ট মহিলাগৰাকীৰ নাম মেহেন্দী বৰুৱা।

ইনভাৰ্টাৰত পানী সোমোৱাৰ ফলত সংঘটিত হ’ল এই অঘটন।

Leave a Reply

Your email address will not be published. Required fields are marked *