অসম

কৃত্ৰিম বানৰ পৰা মুক্তি পাব মহানগৰবাসীয়ে, পৌৰ নিগমে আনিলে নলা নিষ্কাষণৰ বাবে বিশেষ মেচিন

কৃত্ৰিম বানৰ পৰা মুক্তি পাব মহানগৰবাসীয়ে।

পৌৰ নিগমে আনিলে নলা নিষ্কাষণৰ বাবে বিশেষ মেচিন।

চুপাৰ চাকাৰেৰে গুৱাহাটীৰ নলা নিষ্কাষণ কৰিব গুৱাহাটী পৌৰ নিগমে।

১০ কোটি টকাৰ বিনিময়ত পৌৰ নিগমে আনিলে নলা নিষ্কাষণৰ বাবে এই বিশেষ মেচিন।

দিল্লীৰ পৰা অনা হৈছে এই আধুনিক চুপাৰ চাকাৰ। 

দুটাকৈ মেচিনেৰে প্ৰথমবাৰৰ বাবে গুৱাহাটীত আৰম্ভ কৰিলে এই কাম।

ইয়াৰ ফলত মহানগৰীত ৰোধ হ’ব কৃত্ৰিম বানৰ সমস্যা।

প্ৰায় দহ কোটি টকাৰ বিনিময়তGMC এ ক্ৰয় কৰিব দহ খনকৈ এই ধৰণৰ চুপাৰ চাকাৰ। 

Leave a Reply

Your email address will not be published. Required fields are marked *