ঘােচ লৈ নহয়, কিশােৰী নিৰ্যাতনৰ অভিযােগ গ্ৰেপ্তাৰ ধেমাজিৰ আবকাৰী অধীক্ষক প্ৰীতম বৰুৱা

নিউজ ডেস্কঃ কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ধেমাজি জিলাৰ আবকাৰী অধীক্ষক প্ৰীতম বৰুৱাক।

কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত POCSO আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় আবকাৰী অধীক্ষকগৰাকীক।

photo1661869245
ঘােচ লৈ নহয়, কিশােৰী নিৰ্যাতনৰ অভিযােগ গ্ৰেপ্তাৰ ধেমাজিৰ আবকাৰী অধীক্ষক প্ৰীতম বৰুৱা 2

ইফালে গ্ৰেপ্তাৰৰ পিছতে বৰুৱাক ধেমাজিৰ আৱৰ্ত ভৱনৰ পৰা লৈ অনা হৈছে গুৱাহাটীলৈ।