অসম

‘কান’ চলচ্চিত্ৰ মহোৎসৱত জিলিকিল অসমৰ পাট কাপোৰ…

‘কান’ চলচ্চিত্ৰ মহোত্সৱত অসমীয়াৰ জয়যাত্ৰা।

‘কান’ চলচ্চিত্ৰ মহোত্‍সৱৰ ৰেড কাৰ্পেটত উজ্বলিল অসমৰ পাট কাপোৰ।

image 34

অসমৰ পাটৰ বস্ত্ৰ পৰিধান কৰিলে বিশ্বৰ শীৰ্ষ মডেলে।

ডিজাইনাৰ সংযুক্তা দত্তৰ পোচাক পিন্ধি ৰেড কাৰ্পেটত লণ্ডনৰ চুপাৰ মডেল।

পাটৰ কাপোৰ পিন্ধি ৰেড কাৰ্পেটত খোজ দিলে ইনগ্ৰিডা ইলজিনৰ।

image 35

সংযুক্তা দত্তই ডিজাইন কৰা বস্ত্ৰ পৰিধান ইংগ্ৰিডআ ইলজিনৰ।

উল্লেখ্য যে, দুখনকৈ অসমৰ ছবি নিৰ্বাচিত হোৱাৰ পিছত ৰেড কাৰ্পেটত উজলিল অসমৰ পাট কাপোৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *