কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত গঁড়ৰ মৃতদেহ উদ্ধাৰ, বন বিভাগে উদ্ধাৰ কৰিলে খড়্গ…

কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত গঁড়ৰ মৃতদেহ উদ্ধাৰ।

কঁহৰা বনাঞ্চলত উদ্ধাৰ হয় গঁড়ৰ মৃতদেহটো।

হাতী ছাফাৰীৰ দ্বিতীয় টঙীৰ সমীপত উদ্ধাৰ হৈছে গঁড়টোৰ মৃতদেহ।

বন বিভাগৰ দলে মৃত গঁড়টো প্ৰত্যক্ষ কৰি বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা বুলি সদৰি কৰিছে।

গঁড়টোৰ খড়্গটো উদ্ধাৰ কৰিছে বন বিভাগে।