ৰাষ্ট্ৰীয়অসমীয়া

ক’ভিড-১৯ত আক্ৰান্ত হিমা দাস

নিউজ ডেস্ক। কভিড-১৯ত আক্ৰান্ত দৌৰবিদ তথা তাৰকা স্প্রিন্টাৰ হিমা দাস।

মঙলবাৰে তেওঁৰ দেহত ধৰা পৰে কোৰোনাৰ অৱস্থিতি।

FBjk-CUq-Vg-AA5-KHG

ইয়াৰ পিছতেই তেওঁক প্ৰয়োজনীয় স্বাস্থ্য বিধি অনুসৰি আছুতীয়াকৈ থকাৰ কথা কয় চিকিৎসকে।

সম্প্ৰতি পাটিয়ালাত আগন্তুক কমনৱেলথ গেমছৰ বাবে অনুশীলন কৰি আছে তাৰকা খেলুৱৈগৰাকীয়ে।

উল্লেখ্য যে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হোৱা হিমা দাসে পুনৰ আৰম্ভ কৰিছিল অনুশীলন।

Leave a Reply

Your email address will not be published. Required fields are marked *