অসম

কপিলী নদীত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী মেধাৱী ছাত্র…

নগাঁও জিলাৰ কামপুৰৰ গোসাইগাঁৱত অঘটন।

কপিলী নদীত গা ধুঁবলৈ গৈ সন্ধানহীন হৈছে এগৰাকী মেধাৱী ছাত্র।

সন্ধানহীন ছাত্ৰগৰাকী হৈছে কেকুৰিবাৰী গাঁৱৰ সমীৰণ দাস।

photo-2022-01-23-19-39-03

জানিব পৰা মতে, দুজন সমনীয়াৰ সৈতে কপিলী নদীত গা ধুবলৈ গৈছিল সমীৰণ।

গা ধুই থকাৰ অৱস্থাতে পানীৰ মাজত হঠাতে নিৰুদ্দেশ হয়। সমীৰণ যমুনামুখ কলেজৰ তৃতীয় ষান্মাষিকৰ ছাত্র আছিল।

ইতিমধ্যে সমীৰণক বিচাৰি কপলী নদীত স্থানীয় ৰাইজে সন্ধান অব্যাহত ৰাখিছে।

লগতে চাওকঃ

আপােনাৰ সাপ্তাহিক ৰাশিফল

photo-2021-10-17-09-31-10

Leave a Reply

Your email address will not be published. Required fields are marked *