কটন বিশ্ববিদ্যালয়ত স্নাতক শাখাৰ নামভৰ্তিৰ প্রৱেশ পৰীক্ষা বাতিল…

কটন বিশ্ববিদ্যালয়ত স্নাতক শাখাৰ নামভৰ্তিৰ প্রৱেশ পৰীক্ষা বাতিল।

এক জাননীযোগে এই কথা সদৰী কৰিছে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীয়ে লাভ কৰা নম্বৰৰ ভিত্তিতেই হ’ব নামভৰ্তি।

শীঘ্ৰেই নামভৰ্তি, অনলাইন আবেদনৰ নতুন তাৰিখৰ বিষয়ে প্ৰকাশ কৰিব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

Leave a Comment