কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী ক’ভিড পজিটিভ…

দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ।

পুনৰ ক’ভিডত আক্ৰান্ত হৈছে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী।

বৰ্তমান আইচলেচনত আছে কংগ্ৰেছ নেত্ৰীগৰাকী।

উল্লেখ্য যে, দুমাহ পূৰ্বে ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈছিল নেত্ৰীগৰাকী।

ক’ভিডৰ পৰা সুস্থ হৈ উঠাৰ পিছতে আকৌ নেত্ৰীগৰাকী আক্ৰান্ত হৈছে ক’ভিডত।