পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
গুজৰাটৰ নিৰ্বাচনী প্ৰচাৰ সভাত আগ্ৰাসী ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
এইবাৰ গুজৰাটৰ নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তুলাধুনা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
ৰাম জন্মভূমি-বাবৰি মছজিদ প্ৰসংগৰে কংগ্ৰেছক তুলাধুনা দিয়ে হিমন্ত বিশ্ব শৰ্মাই।
Live from ABC Mall, Kamrej, Gujarat https://t.co/2e1reimF09
— Himanta Biswa Sarma (@himantabiswa) November 18, 2022
কংগ্ৰেছৰ বাবে দেশবাসীয়ে গোলামৰ দৰে থাকিবলগীয়া হৈছিল বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।
লগতে ৰাহুলৰ ‘গান্ধী’ উপাধিক লৈও CBI তদন্তৰ পোষকতা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।









