অসম

কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ…

কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ।

দিছপুৰৰ বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ শ্বেৰমান আলীক।

দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিধায়ক গৰাকীক।

শ্বহীদৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল শ্বেৰমান আলীয়ে।

ইয়াৰ পিছতেই ৰাজ্যজুৰি বিধায়ক গৰাকীক গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন দল সংগঠনে সাব্যস্ত কৰিছিল প্ৰতিবাদ।

১৯৮৩ৰ অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাক ঘাতক আখ্যা দিছিল বাঘবৰৰ কংগ্ৰেছ বিধায়কগৰাকীয়ে।

শ্বহীদ সম্পৰ্কে কৰা মন্তব্যৰ পিছতে কংগ্ৰেছ বিধায়ক গৰাকীৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছিল প্ৰতিবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *