অসম

কংগ্রেছ দলৰ পৰা পদত্যাগ সুশান্ত বৰগোহাঁইৰ…

কংগ্রেছ দলৰ পৰা পদত্যাগ সুশান্ত বৰগোহাঁইৰ।

১০৭ নং থাওৰা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক সুশান্ত বৰগোহাঁই।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ থাওৰাৰ বিধায়কজনে প্রেৰণ কৰিলে পদত্যাগ পত্র।

শনিবাৰে বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ সম্ভাৱনা সুশান্ত বৰগোহাঁইৰ।

১ আগষ্টত তেওঁ যোগদান কৰিব বিজেপিত।

Leave a Reply

Your email address will not be published. Required fields are marked *