এসময়ত আৰক্ষী কনিষ্টবল, বৰ্তমানৰ কুখ্যাত ডকাইত আনোৱাৰ হুছেইনৰ আত্মসমৰ্পণ…

কুখ্যাত ডকাইত আনোৱাৰ হুছেইনৰ আত্মসমৰ্পণ।

নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কুখ্যাত আনোৱাৰৰ।

নলবাৰী আৰক্ষীৰ ম’ষ্ট ৱাণ্টেডৰ তালিকাত আছিল আনোৱাৰ।

ঘাইপথত ট্ৰাক অপহৰণৰ লগতে বিভিন্ন অপৰাধমূলক কামত জড়িত আনোৱাৰ।

পূৰ্বে অসম আৰক্ষীৰ কনিষ্টবল আছিল আনোৱাৰ।

আনোৱাৰে ১৯৯৬ চনত ভৰ্তি হৈছিল অসম আৰক্ষীত।

১০ বছৰ পুৰ্বে জালাহ আৰক্ষী চকীত চাকৰি কৰিছিল আনোৱাৰে।

তাৰ পিছত আৰক্ষীৰ চাকৰি বাদ দি চুৰি ডকাইতি আদিৰ দৰে ঘটনাত জড়িত হৈ পৰিছিল আনোৱাৰ।

Leave a Comment