এমাহৰ ভিতৰত গৃহৰক্ষী জোৱানৰ মাহিলি ভাট্টা বৃদ্ধি কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ…

গৃহৰক্ষী জোৱান সকললৈ এক ভাল খবৰ।

গৃহৰক্ষী জোৱানৰ মাহিলি ভাট্টা বৃদ্ধি কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

এমাহৰ ভিতৰত মাহিলি ভাট্টা বৃদ্ধি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে।

মাহিলি ভাট্টা ২৩ হাজাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

পূৰ্বে গৃহৰক্ষী জোৱান সকলে মাহিলি ভাট্টা লাভ কৰিছিল ৯ হাজাৰ।