
এনকাউন্টাৰ! অসম আৰক্ষীৰ গুলীত নিহত ৩ দুৰ্ধৰ্ষ ডকাইত, জব্দ মাৰণাস্ত্ৰ
নিউজ ডেস্ক। গােৱালপাৰা জিলাৰ কৃষ্ণাইত ডকাইতৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ।
আৰক্ষীৰ গুলীত নিহত ৩ টা দুৰ্ধৰ্ষ ডকাইত।
এখন তামােল ভৰ্তি ট্ৰাকৰ ডকাইতিৰ অপচেষ্টা চলাওতে সংঘটিত হয় এই ঘটনা।
কৃষ্ণাইৰ টুকুৰাত সংঘটিত এই সংঘৰ্ষত নিহত হােৱা ডকাইত তিনিটাৰ নাম হ’ল শ্বাহজাহান, নজমুল আৰু সুজল।

এটা পিষ্ট’ল, এটা খুকুৰী আৰু ৩ টা ম’বাইল ফােন।
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী বাহনত ডকাইতিৰ কেবাটাও ঘটনাৰ সৈতে জড়িত আছিল এই ডকাইতকেইটা।
লগতে চাওকঃ
বহিঃৰাজ্যত বিদ্যুৎস্পৃষ্ট হৈ প্ৰেমিকৰ মৃত্যু, চাৰি দিন পিছতেই প্ৰমিকাই ল’লে ভয়ংকৰ সিদ্ধান্ত…






