অসমঅসমীয়া

এদিনতে ক’ভিড-১৯ত মৃত্যু ১৬ জনৰ, নতুনকৈ আক্ৰান্ত ৮,੦৭২ লােক

নিউজ ডেস্ক। ক’ভিড-১৯ৰ তৃতীয় ঢৌৱে ক্ৰমাৎ গুৰুতৰ ৰূপ ধাৰণ কৰিছে অসমতাে।

ৰাজ্যজুৰি এদিনতে ক’ভিড-১৯ত আক্ৰান্ত হৈ ১৬ জনকৈ লােকৰ মৃত্যু ঘটিছে।

লগতে এদিনতৈ আক্ৰান্ত হৈছে ৮,੦৭২ জন লােক।

ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, মংগলবাৰৰ দিনটােৰ ৰাজ্যজুৰি ৬৩,৯৪৪ লােকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়।

এই পৰীক্ষাত ৮,੦৭২ লােক ক’ভিড-১৯ত পজিটিভ হিচাপে চিনাক্ত কৰা হয়। দিনটােৰ সংক্ৰমণৰ হাৰ ১২.৬২ শতাংশলৈ বৃদ্ধি পাইছে।

FJZN-61a-QAIZz4-O

আক্ৰান্তসকলৰ ভিতৰত গুৱাহাটী (মেট্ৰ’) জিলাত ১৯৯৬ জন, ডিব্ৰুগড় জিলাত ৫৫১ জন, কাছাৰ জিলাৰ ৪৭৪ জন আৰু যােৰহাট জিলাত ৪৭੦ জন।

মৃতকৰ ভিতৰত কাছাৰ জিলাত সৰ্বাধিক ৬ জন, গােলাঘাট আৰু কামৰূপ (মেট্ৰ’)ত ২ জনকৈ আৰু ডিব্ৰুগড়, যােৰহাট, নলবাৰী, শিৱসাগৰ আৰু শােণিতপুৰ জিলাত ১-১ জন লােকৰ মৃত্যু হয়।

লগতে চাওকঃ

কঠােৰ আৰক্ষী! ক’ভিডৰ ভেকচিন নোলোৱা যাত্ৰীক বাছৰ পৰা নমালে আৰক্ষীয়ে, বিহিলে জৰিমনা

G5

Leave a Reply

Your email address will not be published. Required fields are marked *