অসম

এতিয়াৰে পৰা ঘৰতে লাভ কৰিব মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট…

দুৰ্ঘটনাত মৃত্যু হোৱা পৰিয়াললৈ সকাহ অসম চৰকাৰৰ।

এতিয়াৰে পৰা ঘৰতে লাভ কৰিব মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট।

মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে এই নতুন নিৰ্দেশ।

১জানুৱাৰীৰ পৰা বলবৎ হোৱাকৈ এই নিৰ্দেশ প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

উল্লেখ্য যে, বিভিন্ন সময়ত দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিৰ্পট বিচাৰি হাবাথুৰি খাব লগা হয় পৰিয়ালৰ লোকসকল।

এই লোকসকলৰ সুবিৰ্ধাথে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ মুখ্যমন্ত্ৰীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *