এইবাৰ অসমৰ বৌদ্ধ মঠত ভিক্ষুৰ ৰূপত অবৈধ বাংলাদেশী নাগৰিক, আটক…

নিউজ ডেস্ক। ৰাজ্যৰ অব্যাহত আছে অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনৰ ঘটনা।

তেনে সময়তে অসমৰ এখন বৌদ্ধ ধৰ্মীয় স্থানত ভিক্ষুৰ ৰূপত এগৰাকী অবৈধ বাংলাদেশী নাগৰিক।

তিনিচুকীয়াৰ বৌদ্ধ মঠত আটক কৰা হৈছে বাংলাদেশীক লােকজনক।

592
এইবাৰ অসমৰ বৌদ্ধ মঠত ভিক্ষুৰ ৰূপত অবৈধ বাংলাদেশী নাগৰিক, আটক... 2

ভিক্ষু ৰতনশ্ৰী ভিক্ষু ওৰফে ৰাহুল বৰুৱাক আটক।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ৰতনশ্ৰীৰ পৰা ত্ৰিপুৰাৰ ভুৱা পৰিচয় পত্ৰ জব্দ কৰা হৈছে।

এই সংক্ৰান্তত অধিক তথ্য আহৰণৰ বাবে এক গােচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে তিনিচুকীয়া আৰক্ষীয়ে।