উৎকোচ লোৱা অৱস্থাত হাতে-লোটে গ্রেপ্তাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ কৰ্মচাৰী…

শোণিতপুৰত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত এই অভিযান দুৰ্নীতি নিবাৰক শাখাৰ।

উৎকোচ লোৱা অৱস্থাত হাতে-লোটে গ্রেপ্তাৰ কৰে কাৰ্যালয়টোৰ এগৰাকী কৰ্মচাৰীক।

দুৰ্নীতি নিবাৰক শাখাই গ্রেপ্তাৰ কৰা কৰ্মচাৰীজন হৈছে ভূপেন বৰা।

ইতিমধ্যে কৰ্মচাৰীজনক জেৰা অব্যাহত ৰাখিছে অভিযানকাৰী দলে।

Leave a Comment