অসম

উৎকোচ লওতেই হাতে-লোটে গ্ৰেপ্তাৰ পৌৰ প্ৰশাসনিক কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা দেৱাশীষ দাস…

দুৰ্নীতি নিবাৰক শাখাৰ জালত পৌৰ প্ৰশাসনিক কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা।

দেৱাসীষ দাস নামৰ অভিযন্তাজনে ৪০ হাজাৰ উৎকোচ লওঁতেই হাতে লোটে গ্ৰেপ্তাৰ কৰা হৈছে।

image 12

ঠিকা আবন্টৰ ধন মুকলাই দিয়াৰ নামত উৎকোচ বিচাৰিছিল পৌৰ প্ৰসাশন সঞ্চালকালয়ৰ কনিষ্ঠ অভিযন্তা দেৱাশীষ দাসে।

কনিষ্ঠ অভিযন্তা দেৱাশীষ দাসে তেজপুৰৰ কৃতিকমল তামুলীৰ পৰা বিচাৰিছিল উৎকোচ।

01 06 22 Guwahati Debashis Das GMC Junior Engineer arrest 3
BY UB Photos

২০২০ বৰ্ষত ৰাস্তাৰ নামত ৬০ লাখ টকাৰ কাম কৰিছিল কৃতিকমল তামুলীয়ে।

২০২১ বৰ্ষৰ মাৰ্চত ৩০ লাখ পাইছিল যদিও আৰু ৩০ লাখ বাকি আছিল।

image 13

বাকি থকা ধন খিনি মুকলাই দিয়াৰ নামত ৫০ হাজাৰ উৎকোচ বিচাৰিছি অভিযন্তা দেৱাশীষ দাসে।

ইয়াৰ ৪০ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে হাতেলোটে ধৰা পৰে বিষয়াগৰাকী।

image 14

Leave a Reply

Your email address will not be published. Required fields are marked *