অসম

উপ-নিৰ্বাচনঃ কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ…

ৰাজ্যত এতিয়া বলিছে উপ নিৰ্বাচনৰ গৰম বতাহ।

উপ নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক বিৰোধি প্ৰতিটো ৰাজনৈতিক দল।

উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছে ঘোষণা কৰিলে দলটোৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা।

মুঠ ২০ গৰাকী নেতাক প্ৰদান কৰা হৈছে ষ্টাৰ কেম্পেইনাৰৰ দায়িত্ব।

প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী জীতেন্দ্ৰ সিং, সভাপতি ভূপেন কুমাৰ বৰা দলটোৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকাত।

বিৰোধী দলপতি তথা বিধায়ক দেৱব্ৰত শইকীয়া, উপ-সভাপতি ৰাণা গোস্বামীও আছে এই তালিকাত।

image 2

তালিকাত আছে ৰিপুন বৰা, প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, আব্দুল খালেক, ৰকিবুল হুছেইন বসন্ত দাস, চিদ্দিক আহমেদ, দুৰ্গা ভূমিজ, পৱন সিং ঘাটোৱাৰৰ লগতে মুঠ ২০ জন।

Leave a Reply

Your email address will not be published. Required fields are marked *