অসমঅসমীয়া

উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ বিধায়ক অখিল গগৈক

নিউজ ডেস্ক। পত্নী তথা পুত্ৰসহ ক’ভিড-১৯ত আক্ৰান্ত শিৱসাগৰৰ বিধায়ক অখিল গগৈ।

ভােগালী বিহু উপলক্ষে গুৱাহাটীৰ পৰা স্বগৃহলৈ যােৱাৰ পাছতে ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হয় অখিল গগৈসহ পত্নী গীতাশ্ৰী তামুলি আৰু পুত্ৰ নাচিকেতা।

G1

ইপিনে, সােমবাৰে স্বাস-প্ৰস্বাসজনিত সমস্যাত ভুগে অখিল গগৈ।

ইয়াৰ পাছতে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় অখিল গগৈক।

জানিব পৰা মতে, হাস্পতালত সম্প্ৰতি অক্সিজেন চাপ’ৰ্টত ৰখা হৈছে বিধায়ক অখিল গগৈক।

লগতে চাওকঃ

প্ৰীতিভোজ খাবলৈ গৈ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটিলে ৰাহুলে

G01

Leave a Reply

Your email address will not be published. Required fields are marked *