ডবকাত আৰক্ষীৰ এনকাউণ্টাৰ।
বাইক চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।
আৰক্ষীৰ গুলীত আহত কুখ্যাত বাইক চোৰ জাকিৰ হুছেইন।
আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীয়াই জাকিৰক।
নিশা ৩ বজাত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল বাইক চোৰজনে।
সম্প্ৰতি নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কুখ্যাত চোৰটো।









