আৰক্ষীৰ অভিযানত জব্দ ৫ কোটি টকাৰ ড্ৰাগছ, আটক ৩ সৰবৰাহকাৰী…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান।

এইবাৰ জাগীৰোদত আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ৫ কোটি টকাৰ ড্ৰাগছ।

লগতে আৰ৭ীয়ে আটক কৰিছে তিনি সৰবৰাহকাৰী।

আটক মণিপুৰৰ বশিৰ খান, আলতাফ খান, গুৱাহাটীৰ জহিৰুল।

মণিপুৰৰ পৰা ট্রাকত আনিছিল ড্রাগছখিনি।

আৰক্ষীয়ে জব্দ কৰিছে জব্দ NL 01 K 9543, NL O1 N 5480 নম্বৰৰ দুখন ট্রাক।

লগতে জব্দ AS 01 KC 5660 নম্বৰৰ এখন অ’টো ভান।

Leave a Comment