আৰক্ষীৰ অভিযানত অসম-অৰুণাচল সীমান্তত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ…

মাজবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ গোহাঁই, লালপানী আৰক্ষী আউটপোষ্টৰ এছ আই কৈলাশ চন্দ্ৰ নাথ আৰু মাজবাট এ পি আৰ জি দলৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল।

এই সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। কিন্তু এই বৃহত পৰিমাণৰ অস্ত্ৰ কোনে লুকুৱাই ৰাখিছে সেয়া জানিব পৰা হোৱা নাই।

আৰক্ষীৰ অভিযানত অসম-অৰুণাচল সীমান্তত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ।

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ আৰক্ষীয়ে দেওবাৰে অসম-অৰুণাচল প্ৰদেশ সীমান্ত এলেকাৰ পৰা এই পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰে।

আৰক্ষীয়ে জিলাখনৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী বনাঞ্চলত মাটিৰ তলত লুকুৱাই থোৱা তিনিটা এ কে-৪৭ ৰাইফল, ৬টা মেগজিন আৰু ৬২০ জাই সজীৱ কাৰ্টিজ উদ্ধাৰ কৰে।

এক গোপন খবৰৰ ভিত্তিত মাজবাটৰ শিকাৰিগাংগা অঞ্চলত তালাচী অভিযান চলাই আৰক্ষীয়ে এই বৃহত পৰিমাণৰ অস্ত্ৰখিনি জব্দ হয়।

মাজবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ গোহাঁই, লালপানী আৰক্ষী আউটপোষ্টৰ এছ আই কৈলাশ চন্দ্ৰ নাথ আৰু মাজবাট এ পি আৰ জি দলৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল।

এই সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

কিন্তু এই বৃহত পৰিমাণৰ অস্ত্ৰ কোনে লুকুৱাই ৰাখিছে সেয়া জানিব পৰা হোৱা নাই।