আলফা (স্বাধীন)ৰ শিৱিৰত পুনৰ এজন কেডাৰক মৃত্যুদণ্ডৰ চৰম শাস্তি…

আলফা(স্বাঃ)ৰ শিবিৰত পুনৰ এজন সদস্যক মৃত্যুদণ্ড।

এইবাৰ শিবিৰৰ পৰা পলায়ন কৰা সদস্যক আলফাই বিহিলে মৃ্ত্যুদণ্ড।

ৰিহণ অসম ওৰফে ছাইফুল ইছলাম নামৰ এজন কেডাৰক মৃত্যুদণ্ড আলফাৰ।

photo 2022 08 31 13 51 12
আলফা (স্বাধীন)ৰ শিৱিৰত পুনৰ এজন কেডাৰক মৃত্যুদণ্ডৰ চৰম শাস্তি... 2

ৰিহণ অসমৰ ঘৰ গোৱালপাৰাৰ লক্ষীপুৰৰ বাউৰাৰতলত।

২৮ জুলাইত শিবিৰৰ পৰা পলায়ন কৰিছিল ৰিহণ অসমে।

ইয়াৰ পিছতে ২৯ জুলাইৰ পুৱা ৫ বজাত আলফাৰ এটা গোটে কৰায়ক্ত কৰিছিল ৰিহণ অসমক।

এই সন্দৰ্ভত সংবাদ মাধ্যমলৈ এক ভিডিঅ’ প্ৰেৰণ কৰিছে সংগঠনটােৱে।

এই ভিডিঅ’টােত আলফা (স্বাধীন)ৰ কেডাৰজনে নিজ মুখে নিজৰ ‘অপৰাধ’ স্বীকাৰ কৰিছে সংগঠনটােৱে প্ৰদান কৰা এই শাস্তিক উচিত বুলি প্ৰকাশ কৰিছে।

লগতে তিনিবাৰকৈ শিৱিৰৰ পৰা পলায়নৰ ব্যৰ্থ চেষ্টা চলােৱা বুলি নিজ মুখে স্বীকাৰ কৰিছে।