আবকাৰী অধীক্ষক প্ৰীতম বৰুৱাক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ।
কিশোৰী যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰীতম বৰুৱাক।
ধেমাজীৰ আবকাৰী অধীক্ষকৰ দায়িত্বত আছিল প্ৰীতম বৰুৱা।
POSCO আইনৰ অধীনত ধেমাজীৰ পৰা মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আবকাৰী অধীক্ষক প্ৰীতম বৰুৱাক।









