অসম

আজি বিয়লিৰ ভিতৰত মাজুলীত উপস্থিত হ’ব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল…

মাজুলীত সংঘটিত হোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।

আজি বিয়লিৰ ভিতৰত মাজুলীত উপস্থিত হ’ব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

আজি আবেলি গুৱাহাটী পাব সোণোৱাল।

গুৱাহাটীৰ পৰা পোনে পোনে মাজুলী অভিমুখে ৰাওনা হ’ব সোণোৱাল।

মাজুলী ভ্ৰমণৰ বাবে গুৱাহাটীত শুক্ৰবাৰে থকা কাৰ্যসূচী শনিবাৰলৈ পিছুৱালে সোণোৱালে।

মাজুলীত উপস্থিত হৈ নাও দুৰ্ঘটনা সন্দৰ্ভত বুজ ল’ব সোণোৱালে।

Leave a Reply

Your email address will not be published. Required fields are marked *