অসম

আজি অযোধ্যালৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

আজি অযোধ্যালৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰামৰ্শ মতেই মুখ্যমন্ত্ৰী শৰ্মা যাব অযোধ্যালৈ।

অযোধ্যাত মুখ্যমন্ত্ৰী শৰ্মাই ৰাম মন্দিৰত পূজা-অৰ্চনা আগবঢ়াব।

উল্লেখযোগ্য যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বাৰনাসী ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাত উপস্থিত আছিল।

প্ৰধানমন্ত্ৰী মোডীয়ে আহ্বান কৰা বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ বৈঠকত অংশ লৈছিল।

এই বৈঠকত ৰাজ্যসমূহৰ উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ত পৰ্যালোচনা চলিছিল।

পত্নী ৰিণিকি ভূঞাৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল মুখ্যমন্ত্ৰীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *