অসম

আজিৰে পৰা পুনৰ অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হ’ল নিমাতী-মাজুলী ফেৰী সেৱা

আজিৰে পৰা পুনৰ অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হ’ল নিমাতী-মাজুলী ফেৰী সেৱা।

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে এই সিদ্ধান্ত মাজুলি জিলা প্ৰশাসনৰ।

নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।

বুধবাৰে জল পৰিবহণ বিভাগ ফেৰী সেৱা মুকলি কৰি দিছিল যদিও পুনৰ জলস্তৰ বৃদ্ধি পোৱাত বৃহস্পতিবাৰে বন্ধ কৰা হৈছে ফেৰী সেৱা।

অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে এই ফেৰী সেৱা।

পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বন্ধ থাকিব ফেৰী সেৱা।

যোৰহাটলৈ যোৱাৰ বাবে প্ৰশাসনে ব্যৱস্থা কৰিছে বিশেষ বাছ সেৱাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *