বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই।
বৃহস্পতিবাৰে পুৱা ৯.১৫ বজাত গুৱাহাটীস্থিত নেমকেয়াৰ হস্পাতালত ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে।
অভিনেতা গৰাকীৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰিছে ৰাজ্যবাসীক।

বলিষ্ঠ অভিনেতা গৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে।
সংবাদ মাধ্যমৰ আগত নিপন গোস্বামীৰ সৈতে কটোৱা স্মৃতি সোঁৱৰি হুকহুকাই কান্দি উঠিল নিশিতা গোস্বামী।
তেওঁ কয়- মই গৰ্ব কৰিছিলো যেতিয়া অসমৰ ৭০% মানুহে মোক নিপন গোস্বামীৰ জীয়ৰী বুলি ভাবে।
‘মোৰ কবলৈ একো ভাষা নাই। মোৰ জীৱনত ভাল ভাল ছবি কেইখন নিপন দাৰ লগত কৰিছো। আমাৰ এতিয়া কোনো নাইকিয়া যেন হৈ গৈছে।- নিশিতা গোস্বামী।
সিদিনা ফাইন কাটোতে মোৰ নামৰ লগতে নিপন গোস্বামীক পিতা বুলি লিখিছিল আৰক্ষীয়ে- নিশিতা গোস্বামী।
লগতে চাওকঃ
- Amazon India to Raise Referral Fees for Fans, Robotic Vacuums, and Tyres From June 10

- ব’হাগৰ বতৰত দুঃখবৰ! বিহু গাই ওভতাৰ পথতে মৃত্যুক সাৱটিলে নাচনী নিশামণিয়ে

- দুই কণমানি কন্যাক নৃশংসভাৱে হত্যা! পাষাণ মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি কাছাৰৰ ফাষ্ট ট্ৰেক আদালতৰ

- মিৰ্জাপুৰত ট্ৰাক আৰু বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ; জীৱন্তে অগ্নিদগ্ধ হৈ ১১ জনৰ কৰুণ মৃত্যু

- নতুন জীৱনৰ আৰম্ভণিতেই নামি আহিল চৰম বিভীষিকা; শিৱপুৰীত ট্ৰাকৰ চেপাত মৃত্যু দৰা-কইনাসহ চাৰিজনৰ











