আগন্তুক ১০ দিনৰ ভিতৰত অবৈধ দখলৰ বিৰুদ্ধে দীপৰ বিলত চলিব উচ্ছেদ অভিযান…

আগন্তুক ১০ দিনৰ ভিতৰত উচ্ছেদ অভিযান চলিব দীপৰবিলত।

দীপৰিবলৰ অবৈধ দখলৰ বিৰুদ্ধে উচ্ছেদ চলাবলৈ প্ৰশাসনক আহ্বান মন্ত্ৰী বিমল বৰাৰ।

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনত এই ঘোষণা মন্ত্ৰী বিমল বৰাৰ।

বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এক প্ৰশ্নৰ উত্তৰ দি তেওঁ এই বিষয়ে মন্তব্য কৰে।

দীপৰ বিলৰ উন্নয়ন আৰু আন্তঃগাঁথনিৰ বাবে আবণ্টন দিয়া হৈছে ভূমি।

মহানগৰৰ উপায়ুক্তই আবণ্টন দিছে ১৯ বিঘা ১ কঠা মাটি।

Leave a Comment