অসম

আগন্তুক পাঁচটা দিনত উত্তৰ-পূবৰ লগতে এইসমূহ ৰাজ্যত হ’ব প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা…

আগন্তুক পাঁচটা দিনত উত্তৰ-পূবৰ লগতে এইসমূহ ৰাজ্যত হ’ব প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা।

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে এই কথা।

দেশৰ ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

ভাৰতীয় বতৰ বিজ্ঞানে প্ৰকাশ কৰা অনুসৰি, জম্মু-কাশ্মীৰ, লাডাখ আৰু হিমাচল প্ৰদেশত ২৩ আৰু ২৪ মাৰ্চত বৰষুণ হোৱাৰ প্ৰবল সম্ভাৱনা আছে।

325

ইপিনে, উত্তৰ-পূবৰ ৰাজ্যসমূহৰ লগতে কেৰালা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, পণ্ডিচেৰী আৰু পশ্চিমবংগতো আগন্তুক পাঁচ দিনত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

মূলত বংগোপ সাগৰত সৃষ্টি হোৱা সামুদ্ৰিক ঘুৰ্ণি বতাহৰ প্ৰভাৱৰ ফলতে ভাৰতৰ বিভিন্ন স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।

লগতে চাওকঃ

বিশ্বৰ ভিতৰতে বৃহত্তম মন্দিৰৰ নিৰ্মাণৰ বাবে ২.৫ কোটি টকা মূল্যৰ ভূমি দান গুৱাহাটীৰ মুছলমান ব্যৱসায়ীৰ

G1 42

Leave a Reply

Your email address will not be published. Required fields are marked *