অসমীয়াঅসম

আকৌ ঘোচকাণ্ড! এইবাৰ দুহেজাৰ টকাৰ ঘোচ লৈ গ্ৰেপ্তাৰ জলসিঞ্চন কাৰ্যালয়ৰ কৰ্মচাৰী দীপ বণিয়া…

নিউজ ডেস্কঃ আকৌ ঘোচ লৈ জালত পৰিল আন এগৰাকী চৰকাৰী কৰ্মচাৰী।

এইবাৰ চানমাৰি জলসিঞ্চন কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

অভিযানত ঘোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ কাৰ্যালয়টোৰ কৰ্মচাৰী দীপ বণিয়া।

পেঞ্চন প্ৰদানৰ নামত ২০০০ টকাৰ উৎকোচ লৈছিল কৰ্মচাৰীজনে।

কিন্তু সেই সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে কৰে গ্ৰেপ্তাৰ।