
আকৌ গ্ৰেপ্তাৰ দৰমহাৰ টকাৰে পেট নভৰা খকুৱা চৰকাৰী কৰ্মচাৰী! একেদিনাই গ্ৰেপ্তাৰ লাট মণ্ডল আৰু জ্যেষ্ঠ সহকাৰী পঞ্জীয়ক…
নিউজ ডেস্কঃ দৰমহাৰ টকাৰে পকেট নভৰা পুনৰ দুজনকৈ চৰকাৰী কৰ্মচাৰী পৰিল জালত।
একে দিনাই ঘোচ লৈ গ্ৰেপ্তাৰ দুজনকৈ চৰকাৰী কৰ্মচাৰী।
নগাঁৱৰ কলিয়াবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডলক হাতে-লোটে গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ।
Today, a team of @DIR_VAC_ASSAM trapped red handed and arrested Sh Pranjal Bora, Lat Mandal, O/O Koliabar Revenue Circle, Nagaon, after he accepted demanded bribe from the complainant for processing and issuing Land Sale Permission to the complainant. @CMOfficeAssam @assampolice pic.twitter.com/dJ8lJU08sh
— Surendra Kumar (@surendrakr_ips) March 3, 2023
ভূমি বিক্ৰীৰ অনুমতি প্ৰদানৰ নামত উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ হয় লাট মণ্ডল প্ৰাঞ্জল বৰা।
2nd trap of the day.
— Surendra Kumar (@surendrakr_ips) March 3, 2023
A team of @DIR_VAC_ASSAM trapped red handed and arrested Bidyadhar Das, Senior Asstt. O/O the Registrar, Cooperative Society, Assam, Khanapara, after he accepted demanded bribe from the complainant for processing his Pension File @CMOfficeAssam @assampolice pic.twitter.com/QJQ96XTSzb
ইফালে একেদিনাই ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অভিযান চলিল খানাপাৰাস্থিত সমবায় ভৱনতো।
পেঞ্চন ফাইল নিষ্পত্তিৰ বাবে উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ জ্যেষ্ঠ সহকাৰী পঞ্জীয়ক বিদ্যাধৰ দাস।





