আকৌ এনকাউণ্টাৰ! পলায়নৰ চেষ্টা কৰি আৰক্ষীৰ গুলীত আহত তেল চোৰ ইমদাদ আলী…

নিউজ ডেস্কঃ ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা।

এইবাৰ আৰক্ষীৰ গুলীত আহত তেল চোৰ।

নগাঁৱত নিশা তেল চোৰলৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ।

ভৰিত গুলী লাগি আহত তেল চোৰ ইমদাদ আলী।

পলায়নৰ চেষ্টা চলাওতেই আৰক্ষীয়ে কৰে গুলীচালনা।

উল্লেখ্য যে, মেৰাপানীৰ পৰা আৰক্ষীয়ে আটক কৰিছিল দুৰ্ধৰ্ষ তেল চোৰ ইমদাদক।

আহত চোৰটোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি।