অসমঅসমীয়া

অৱশেষত মৃত্যুৰে হাৰ মানিলে কলিজা আইতাই

কলিজা আইতা আৰু নাই।

বৃহস্পতিবাৰে পুৱা ১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে সুভদ্ৰা দেৱী ওৰফে ‘কলিজা আইতা’ই।

উল্লেখ্য যে বিগত ৮ দিন ধৰি ভেন্টিলেশ্যনত মৃত্যুৰে যুঁজ দিছিল কলিজা আইতাই।

image 9

কিন্তু অৱশেষত মৃত্যুৰে যুঁজ দি ১০৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে আইতাগৰাকীয়ে।

১৯ তাৰিখৰ পৰা গুৱাহাটী মেডিকেল কলেজৰ আই চি ইউত আছিল আইতা।

image 10

তেঁওৰ মৃত্যুৰ খবৰে তেওঁ বাস কৰা বৃদ্ধাশ্ৰমৰ বাসিন্দাসকলৰ লগতে তেওঁ পৰিচিত সকলােৰে মাজত গভীৰ শােকৰ ছাঁ পেলাইছে।