অহা ৫ বছৰত বানমুক্ত হ’ব অসম! গুৱাহাটীত ঘােষণা অমিত শ্বাহৰ

নিউজ ডেস্ক। অসমৰ দীৰ্ঘদিনীয়া বান-গৰাখহনীয়া সমস্যাক লৈ গুৱাহাটীত ঘােষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।

গুৱাহাটীৰ বশিষ্ঠত নিৰ্মিত ৰাজ্যিক বিজেপিৰ নৱ নিৰ্মিত কাৰ্যালয় মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে অহা ৫ বছৰৰ ভিতৰত অসম বানপানীৰ সমস্যাৰ পৰা মুক্ত হ’ব।

G4
অহা ৫ বছৰত বানমুক্ত হ’ব অসম! গুৱাহাটীত ঘােষণা অমিত শ্বাহৰ 2

তেওঁ কয় যে বিজেপিয়ে অসমক ধৰ্মঘট মুক্ত আৰু উগ্ৰবাদ মুক্ত কৰিছে।

সেয়ে বানমুক্ত কৰিবলৈ তেওঁ অসমৰ ৰাইজক পুনৰ ৫ বছৰৰ সময়ত বিজেপি চৰকাৰক দিবলৈ আহ্বান জনায়।

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ভাষণঃ