অসমঅসমীয়া

অহা ২৭ জুনত ঘােষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

নিউজ ডেস্ক। অহা ২৭ জুন, সােমবাৰে ঘােষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক (HS) ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল।

পুৱা ৯ বজাৰ লগে লগে অনলাইনত উপলব্ধ হ’ব পৰীক্ষাৰ ফলাফল।

image 211

শনিবাৰে পুৱা টুইট কৰি এই কথা প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে এই পৰ্যন্ত উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ কােনাে বিভাগীয় নিৰ্দেশনা জাৰি কৰা নাই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সদনে।

উচ্চতৰ মাধ্যমিকৰ দৰেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ দিন সামাজিক মাধ্যমৰ জৰিয়তে ঘােষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে।