অসম

অসম বিধানসভা চৌহদত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন বিধানসভাৰ অধ্যক্ষ বিশ্বজিত্‍ দৈমাৰীৰ…

দেশজুৰি উদযাপন ৭৫ সংখ্যক স্বাধীনতা দিৱস।

ক’ভিড প্ৰট’কল মানি অসমতো উদযাপন কৰা হৈছে স্বাধীনতা দিৱস।

অসম বিধানসভা চৌহদত ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন।

পতাকা উত্তোলন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে।

 লাভলীনাৰ প্ৰশিক্ষক পদুম বড়োক সম্বৰ্ধনা জনায় অসম বিধানসভাত।

পদুম বড়োক গামোছা, ছেলেং চাদৰ আৰু এক লাখ টকাৰ চেক প্ৰদান কৰে অধ্যক্ষই।

সাংস্কৃতিক, ক্ৰীড়া ক্ষেত্ৰত জড়িত বিশিষ্ট ব্যক্তিক প্ৰতি বছৰে জনাব সম্বৰ্ধনা।

বিধানসভা কক্ষত এই ঘোষণা অধ্যক্ষ বিশ্বজিত্‍ দৈমাৰীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *